Borgang (English) [ IPA: [IPA] ASM: বৰগাং]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-08
1. Place(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal flowing through Sonitpur District ব্ৰহ্মপুত্ৰৰ এখন উপনৈ৷ অৰুণাচলৰ পৰা ওলাই শোণিতপুৰৰ মাজেদি বৈ বুঢ়া লুইতত মিলিছে৷
bor gang (Chakma)
Contributed by: Ven. Pragya Jyoti on 2009-04-07
2. Geology(Material Noun-Neuter) A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।